ছূৰা 76 · জুজ 29

Al-Insan · 76:8

وَيُطْعِمُونَ الطَّعَامَ عَلَىٰ حُبِّهِ مِسْكِينًا وَيَتِيمًا وَأَسِيرًا

সিহঁতে খাদ্যৰ প্ৰতি আসক্তি থকা সত্ত্বেও অভাৱগ্ৰস্ত, ইয়াতীম আৰু বন্দীক খাদ্য দান কৰে।

তাফছীৰ

অভাৱগ্ৰস্ত যেনে ভিক্ষাৰী, অনাথ আৰু বন্দী সকলক আহাৰ খোৱায়।সেই খাদ্যৰ প্ৰতি তেওঁলোকৰ প্ৰয়োজন আৰু আসক্তি থকা সত্ত্বেও তেওঁলোকে বেলেগক দান কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক