ছূৰা 76 · জুজ 29

Al-Insan · 76:7

يُوفُونَ بِالنَّذْرِ وَيَخَافُونَ يَوْمًا كَانَ شَرُّهُ مُسْتَطِيرًا

(কাৰণ) সিহঁতে মান্নত পূৰণ কৰে, আৰু সেই দিনটোক ভয় কৰে যি দিনটোৰ অকল্যাণ হ’ব সুবিস্তৃত।

তাফছীৰ

যিসকল বান্দাই সেয়া পান কৰিব, তেওঁলোকৰ বৈশিষ্ট্য হব এই যে, তেওঁলোকে সত্কৰ্মক নিজৰ প্ৰতি অনিবাৰ্য কৰিব সেয়া পূৰণও কৰিব। আৰু সেই দিনক ভয় কৰিব, যাৰ আপদাচাৰী আৰু বেছি প্ৰসাৰিত হব। অৰ্থাৎ ক্বিয়ামতৰ দিন।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক