ছূৰা 76 · জুজ 29
Al-Insan · 76:6
عَيْنًا يَشْرَبُ بِهَا عِبَادُ اللَّهِ يُفَجِّرُونَهَا تَفْجِيرًا
এনেকুৱা এটা নিজৰা য’ৰ পৰা আল্লাহৰ বান্দাসকলে পান কৰিব, সিহঁতে ইয়াক নিজ ইচ্ছামতে প্ৰবাহিত কৰিব।
তাফছীৰ
অনুসৰণকাৰী সকলৰ বাবে প্ৰস্তুত কৰা এই পানীয় এনেকুৱা নিজৰাৰ পৰা প্ৰাপ্ত হব যাৰ পৰা পান কৰা সহজ হব। আৰু তাৰ ভিতৰত পানীয় উপস্থিত থাকিব আৰু তাৰ পানীয় কেতিয়াওঁ হ্ৰাস নহব। তাৰ পৰা আল্লাহৰ বান্দাসকলে পান কৰিব আৰু যতেই ইচ্ছা ততেই প্ৰবাহিত কৰিব পাৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক