ছূৰা 76 · জুজ 29
Al-Insan · 76:5
إِنَّ الْأَبْرَارَ يَشْرَبُونَ مِنْ كَأْسٍ كَانَ مِزَاجُهَا كَافُورًا
নিশ্চয় সৎকৰ্মশীলসকলে পান কৰিব এনে পূৰ্ণপাত্ৰৰ পৰা যাৰ মিশ্ৰন হ’ব কাফূৰ।
তাফছীৰ
আল্লাহৰ আজ্ঞা পালনকাৰী মুমিনসকলক ক্বিয়ামতৰ দিনা পূৰ্ণপাত্ৰৰ পৰা পান কৰোৱা হ'ব আৰু কাফুৰ মিশ্ৰিত হ'ব। কিয়নো তাৰ সুগন্ধী বহুত ভাল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক