ছূৰা 76 · জুজ 29
Al-Insan · 76:20
وَإِذَا رَأَيْتَ ثَمَّ رَأَيْتَ نَعِيمًا وَمُلْكًا كَبِيرًا
আৰু তুমি যেতিয়া তাত দেখিবা, দেখিবলৈ পাবা স্বাচ্ছন্দ্য আৰু বিৰাট সাম্ৰাজ্য।
তাফছীৰ
আৰু যেতিয়া তুমি জান্নাতত ইফালে- সিফালে চাবা তেতিয়া এনেকুৱা নিয়ামত দেখিবলৈ পাবা যিটো বৰ্ণনাতীত। আৰু ইমান বিশাল ৰাজত্ব দেখিবলৈ পাবা যাৰ উদাহৰণ পোৱা টান।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক