ছূৰা 76 · জুজ 29
Al-Insan · 76:15
وَيُطَافُ عَلَيْهِمْ بِآنِيَةٍ مِنْ فِضَّةٍ وَأَكْوَابٍ كَانَتْ قَوَارِيرَا
আৰু সিহঁতক ঘুৰি ঘুৰি পৰিবেশন কৰা হ’ব ৰূপৰ পাত্ৰত আৰু ফটিকৰ দৰে স্বচ্ছ পান পাত্ৰত-
তাফছীৰ
আৰু যেতিয়া তেওঁলোকে পান কৰিবলৈ ইচ্ছা কৰিব তেতিয়া তেওঁলোকৰ সেৱকে ৰূপৰ বাচন আৰু পানপাত্ৰ লৈ তেওঁলোকৰ ওচৰত ঘূৰি ঘূৰি পৰিবেশন কৰি থাকিব যাৰ ৰং হ'ব পৰিষ্কাৰ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক