ছূৰা 76 · জুজ 29
Al-Insan · 76:14
وَدَانِيَةً عَلَيْهِمْ ظِلَالُهَا وَذُلِّلَتْ قُطُوفُهَا تَذْلِيلًا
সিহঁতৰ ওপৰত সন্নিহিত থাকিব উদ্যানৰ ছাঁ আৰু ইয়াৰ ফলমূলৰ থোকবোৰ সিহঁতৰ সম্পূৰ্ণ আয়ত্তাধীন কৰা হ’ব।
তাফছীৰ
ইয়াৰ ছাঁবোৰ তেওঁলোকৰ প্ৰতি সন্নিহিত থাকিব আৰু তাৰ ফল ভক্ষনকাৰীৰ অধিনত হব যিটো অতি সহজে প্ৰাপ্ত হব। মানুহে সেয়া শুই থাকি বহি থাকি থিয় হৈ আহৰণ কৰিব পাৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক