ছূৰা 76 · জুজ 29
Al-Insan · 76:13
مُتَّكِئِينَ فِيهَا عَلَى الْأَرَائِكِ ۖ لَا يَرَوْنَ فِيهَا شَمْسًا وَلَا زَمْهَرِيرًا
তাত সিহঁতে সুসজ্জিত আসনত আউজি বহি থাকিব, তাত সিহঁতে প্ৰখৰ গৰম আৰু অত্যাধিক শীতো অনুভৱ নকৰিব।
তাফছীৰ
তেওঁলোকে তাত সুসজ্জিত আসনসমূহত আউজি বহি থাকিব। তেওঁলোকে তাত কোনো ৰ'দ দেখা নাপাব যিয়ে তেওঁলোকক কষ্ট দিব আৰু অত্যাধিক শীতো দেখা নাপাব। বৰং তেওঁলোক চিৰস্থায়ী ছাঁৰ তলত থাকিব, যাৰ ভিতৰত গৰমো নাথাকিব ঠাণ্ডাও নাথাকিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক