ছূৰা 76 · জুজ 29

Al-Insan · 76:16

قَوَارِيرَ مِنْ فِضَّةٍ قَدَّرُوهَا تَقْدِيرًا

ৰূপৰ শুভ্ৰ ফটিক পাত্ৰ, সিহঁতে ইয়াৰ পৰিমাণ কৰিব সম্পূৰ্ণ পৰিমিতভাৱে।

তাফছীৰ

যিটো কাঁচৰ দৰে জিলিকি থাকিব। যিহেতু সেয়া ৰূপৰ হ'ব। আৰু সেয়া তেওঁলোকৰ ইচ্ছা অনুসাৰে ভৰি থাকিব। কমো নহয় বেছিও নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক