ছূৰা 76 · জুজ 29

Al-Insan · 76:11

فَوَقَاهُمُ اللَّهُ شَرَّ ذَٰلِكَ الْيَوْمِ وَلَقَّاهُمْ نَضْرَةً وَسُرُورًا

ফলত আল্লাহে সিহঁতক ৰক্ষা কৰিব সেই দিনৰ অনিষ্টৰ পৰা আৰু সিহঁতক প্ৰদান কৰিব উজ্জ্বলতা আৰু উৎফুল্লতা।

তাফছীৰ

গতিকে আল্লাহে তেওঁলোকক নিজৰ অনুগ্ৰহেৰে সেই ভীষণ দিনৰ আপদৰ পৰা বচাই লব। লগতে তেওঁলোকৰ চেহেৰাত সতেজ আৰু জ্যোতি প্ৰদান কৰিব, তেওঁলোকৰ সন্মানাৰ্থে আৰু তেওঁলোকৰ অন্তৰক প্ৰশান্তি দিয়াৰ বাবে (এই অনুগ্ৰহ দান কৰিব)।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক