ছূৰা 76 · জুজ 29
Al-Insan · 76:10
إِنَّا نَخَافُ مِنْ رَبِّنَا يَوْمًا عَبُوسًا قَمْطَرِيرًا
নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা ভয়ংকৰ ভীতিপ্ৰদ দিৱসৰ ভয় পোষণ কৰো’।
তাফছীৰ
আমি নিজৰ প্ৰতিপালকৰ সেই দিনটোক ভয় কৰো যিটো ইমান ভীষণ হ'ব যে, হতভাগা লোকৰ মুখমণ্ডল বীভৎস হৈ পৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক