ছূৰা 67 · জুজ 29

Al-Mulk · 67:4

ثُمَّ ارْجِعِ الْبَصَرَ كَرَّتَيْنِ يَنْقَلِبْ إِلَيْكَ الْبَصَرُ خَاسِئًا وَهُوَ حَسِيرٌ

তাৰ পিছত আকৌ তুমি দ্বিতীয়বাৰ দৃষ্টিপাত কৰা, এই দৃষ্টি ব্যৰ্থ আৰু ক্লান্ত হৈ তোমাৰ ফালে উভতি আহিব।

তাফছীৰ

আকৌ বাৰে বাৰে চোৱা, তোমাৰ দৃষ্টি আকাশৰ সৃজনত কোনো ত্ৰুটি অথবা অপূৰ্ণতা নেদেখাকৈ তুচ্ছ আৰু ব্যৰ্থ হৈ তোমাৰ ফালে ওভতি আহিব। অথবা তাৰ স্থিতি এনেকুৱা হব যে, সেয়া এনেকুৱা ক্লান্ত হব যে, একোৱে গমেই নাপাব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক