ছূৰা 67 · জুজ 29

Al-Mulk · 67:3

الَّذِي خَلَقَ سَبْعَ سَمَاوَاتٍ طِبَاقًا ۖ مَا تَرَىٰ فِي خَلْقِ الرَّحْمَٰنِ مِنْ تَفَاوُتٍ ۖ فَارْجِعِ الْبَصَرَ هَلْ تَرَىٰ مِنْ فُطُورٍ

যিজনে সাতখন আকাশ স্তৰে স্তৰে সৃষ্টি কৰিছে। ৰহমানৰ সৃষ্টিত তুমি কোনো ত্ৰুটি দেখিবলৈ নাপাবা; তুমি আকৌ ঘুৰি চোৱা, কোনো ত্ৰুটি দেখিবলৈ পাইছানে?

তাফছীৰ

যিয়ে স্তৰে স্তৰে সাতখন আকাশ সৃষ্টি কৰিছে, কোনো আকাশ তাৰ ওপৰত বা তলত থকা আকাশৰ লগত সংযোগ হোৱা নাই। হে দৰ্শনকাৰীসকল, তোমালোকে আল্লাহৰ সৃষ্টিত কোনো বিসংগতি আৰু অসমতা দেখিবলৈ নাপাবা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক