ছূৰা 65 · জুজ 28

At-Talaq · 65:9

فَذَاقَتْ وَبَالَ أَمْرِهَا وَكَانَ عَاقِبَةُ أَمْرِهَا خُسْرًا

ফলত সিহঁতে নিজ কৃতকৰ্মৰ সোৱাদ পালে; আৰু সিহঁতৰ কৰ্মৰ পৰিণাম আছিল ক্ষতিয়েই ক্ষতি।

তাফছীৰ

সিহঁতে নিজৰ বেয়া কৰ্মৰ পৰিণাম ভোগ কৰিছে। এতেকে সিহঁতৰ পৃথিৱীৰ পৰিণামো হৈছে ক্ষতি আৰু আখিৰাতৰ পৰিণামো হৈছে ক্ষতি।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক