ছূৰা 61 · জুজ 28
As-Saff · 61:8
يُرِيدُونَ لِيُطْفِئُوا نُورَ اللَّهِ بِأَفْوَاهِهِمْ وَاللَّهُ مُتِمُّ نُورِهِ وَلَوْ كَرِهَ الْكَافِرُونَ
সিহঁতে আল্লাহৰ জ্যোতিক মুখেৰে ফুঁ মাৰি নিৰ্বাপিত কৰিব বিচাৰে, আৰু আল্লাহে নিজ জ্যোতিক পূৰ্ণতাদানকাৰী। যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰে।
তাফছীৰ
এই অস্বীকাৰকাৰী সকলে আল্লাহৰ জ্যোতিক নিজৰ মিছা কথাৰ সহায়ত আৰু সত্যক বিকৃত কৰি নুমাই দিব বিচাৰে। আৰু সিহঁতে নিবিচৰাৰ পিছতো আল্লাহে নিজৰ ধৰ্মক পৃথিৱীৰ চৌদিশে বিয়পাই তেওঁৰ কলিমাক পূৰ্ণতা প্ৰদান কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক