ছূৰা 61 · জুজ 28

As-Saff · 61:4

إِنَّ اللَّهَ يُحِبُّ الَّذِينَ يُقَاتِلُونَ فِي سَبِيلِهِ صَفًّا كَأَنَّهُمْ بُنْيَانٌ مَرْصُوصٌ

নিশ্চয় আল্লাহ তেওঁলোকক ভালপায়, যিসকলে তেওঁৰ পথত শাৰীবদ্ধভাৱে যুদ্ধ কৰে; যেনিবা সিহঁত গলিত সীহেৰে নিৰ্মিত সুদৃঢ় প্ৰাচীৰ।

তাফছীৰ

নিশ্চয় আল্লাহে সেইজন মুমিন বান্দাক ভাল পায়, যিয়ে তেওঁৰ পথত তেওঁৰ সন্তুষ্টি প্ৰাপ্তিৰ বাবে এনেকৈ শাৰীবদ্ধ হৈ যুদ্ধ কৰে যেনিবা পকী বেৰ, ইটোৰ লগত সিটো লগ লাগি আছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক