ছূৰা 61 · জুজ 28
As-Saff · 61:3
كَبُرَ مَقْتًا عِنْدَ اللَّهِ أَنْ تَقُولُوا مَا لَا تَفْعَلُونَ
তোমালোকে যিটো নকৰা তোমালোকৰ সেইটো কোৱা আল্লাহৰ দৃষ্টিত বৰ অসন্তোষজনক।
তাফছীৰ
এয়া আল্লাহৰ ওচৰত অতি অপ্ৰিয় কথা। অৰ্থাৎ এনেকুৱা কথা কোৱা যিটো তোমালোকে নকৰা। মুমিনসকলে আল্লাহৰ ওচৰত সত্যবাদী হোৱা উচিত, যাতে তেওঁৰ কৰ্মই তেওঁৰ কথাক সমৰ্থন কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক