ছূৰা 6 · জুজ 7
Al-An'am · 6:67
لِكُلِّ نَبَإٍ مُسْتَقَرٌّ ۚ وَسَوْفَ تَعْلَمُونَ
প্ৰত্যেক সংবাদৰ এটা নিৰ্ধাৰিত সময় আছে আৰু অনতিপলমে তোমালোকে জানিবলৈ পাবা।
তাফছীৰ
সকলো সংবাদৰ এটা নিৰ্ধাৰিত সময় আছে, যেতিয়া সেইটো জাৰি হয়। ঠিক তেনেকুৱাই তোমালোকৰ অন্তিম সংবাদৰ ক্ষেত্ৰতো, যেতিয়া তোমালোকক ক্বিয়ামতৰ দিনা পুনৰুত্থিত কৰা হ'ব, তেতিয়া তোমালোকে বুজি পাবা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক