ছূৰা 6 · জুজ 7

Al-An'am · 6:45

فَقُطِعَ دَابِرُ الْقَوْمِ الَّذِينَ ظَلَمُوا ۚ وَالْحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ

ফলত যালিম সম্প্ৰদায়ৰ মূলোচ্ছেদ কৰা হ'ল আৰু সকলো ধৰণৰ প্ৰশংসা কেৱল সৃষ্টিজগতৰ ৰব আল্লাহৰ বাবেই।

তাফছীৰ

কাফিৰসকল ধ্বংস হ'ল, আৰু সিহঁত সকলোকে নাশ কৰা হ'ল, আনহাতে আল্লাহৰ ৰাছুলসকল সহায় প্ৰাপ্ত হ'ল। সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিজন বিশ্বজগতৰ সকলোৰে ৰব্ব, তেওঁ নিজৰ শত্ৰুসকলক ধ্বংস কৰিলে আৰু বন্ধুসকলক সহায় কৰিলে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক