ছূৰা 6 · জুজ 7

Al-An'am · 6:29

وَقَالُوا إِنْ هِيَ إِلَّا حَيَاتُنَا الدُّنْيَا وَمَا نَحْنُ بِمَبْعُوثِينَ

আৰু সিহঁতে কয়, ‘আমাৰ পাৰ্থিৱ জীৱনেই একমাত্ৰ জীৱন আৰু আমাক পুনৰুত্থিতও কৰা নহ’ব’।

তাফছীৰ

এই মুশ্বৰিকসকলে কয়ঃ এই জীৱনৰ বাহিৰে আন কোনো জীৱন নাই, আৰু আমাক হিচাপ-নিকাচৰ বাবে পুনৰ্জীৱিত কৰা নহ'ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক