ছূৰা 6 · জুজ 7

Al-An'am · 6:2

هُوَ الَّذِي خَلَقَكُمْ مِنْ طِينٍ ثُمَّ قَضَىٰ أَجَلًا ۖ وَأَجَلٌ مُسَمًّى عِنْدَهُ ۖ ثُمَّ أَنْتُمْ تَمْتَرُونَ

তেৱেঁই তোমালোকক বোকা মাটিৰে সৃষ্টি কৰিছে, তাৰ পিছত এটা সময় নিৰ্দিষ্ট কৰিছে আৰু আন এটা নিৰ্ধাৰিত সময় আছে যিটো কেৱল তেৱেঁই জানে, ইয়াৰ পিছতো তোমালোকে সন্দেহ কৰা।

তাফছীৰ

তেৱেঁই তোমালোকক মাটিৰে সৃষ্টি কৰিছে, যেতিয়া তোমালোকৰ আদি পিতা আদম আলাইহিছ ছালামক মাটিৰে সৃষ্টি কৰিছে। তাৰ পিছত তেৱেঁই তোমালোকৰ বাবে পাৰ্থিৱ জীৱনৰ সময় নিৰ্ধাৰিত কৰিছে, আৰু তেৱেঁই তোমালোকৰ বাবে আৰু এটা সময় নিৰ্ধাৰিত কৰিছে ক্বিয়ামতৰ বাবে যিটো তেওঁৰ বাহিৰে আন কোনেও নাজানে। তথাপিও তোমালোকে আল্লাহৰ পুনৰুত্থানৰ ক্ষমতাৰ প্ৰতি সন্দেহ পোষণ কৰা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক