ছূৰা 6 · জুজ 7

Al-An'am · 6:3

وَهُوَ اللَّهُ فِي السَّمَاوَاتِ وَفِي الْأَرْضِ ۖ يَعْلَمُ سِرَّكُمْ وَجَهْرَكُمْ وَيَعْلَمُ مَا تَكْسِبُونَ

আকাশমণ্ডল আৰু পৃথিৱীত কেৱল তেৱেঁই আল্লাহ, তোমালোকৰ গোপন আৰু প্ৰকাশ্য সকলো তেওঁ জানে আৰু তোমালোকে যি অৰ্জন কৰা সেয়াও তেওঁ জানে।

তাফছীৰ

আকাশমণ্ডল আৰু পৃথিৱীত কেৱল তেৱেঁই সত্য উপাস্য, কোনো বস্তু তেওঁৰ পৰা গোপন নহয়। তোমালোকৰ প্ৰকাশ্য অপ্ৰকাশ্য কৰ্ম, কথা তথা নিয়্যত সম্পৰ্কে তেওঁ জ্ঞাত। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদানো দিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক