ছূৰা 6 · জুজ 8
Al-An'am · 6:162
قُلْ إِنَّ صَلَاتِي وَنُسُكِي وَمَحْيَايَ وَمَمَاتِي لِلَّهِ رَبِّ الْعَالَمِينَ
কোৱা, ‘মোৰ ছালাত, মোৰ কুৰবানী, মোৰ জীৱন আৰু মোৰ মৰণ সৃষ্টিজগতৰ ৰব আল্লাহৰ বাবে’।
তাফছীৰ
হে ৰাছুল! আপুনি কৈ দিয়ক যে, নিশ্চয় মোৰ চালাত, আল্লাহৰ বাবে তথা আল্লাহৰ নাম লৈ যবেহ কৰা কুৰবানী, মোৰ জীৱন আৰু মোৰ মৃত্যু, এই সকলোবোৰ আল্লাহৰ বাবে, যিজন সৃষ্টিজগতৰ ৰব্ব। তেওঁৰ বাহিৰে আন কাৰো ইয়াত অংশীদাৰিত্ব নাই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক