ছূৰা 6 · জুজ 7

Al-An'am · 6:16

مَنْ يُصْرَفْ عَنْهُ يَوْمَئِذٍ فَقَدْ رَحِمَهُ ۚ وَذَٰلِكَ الْفَوْزُ الْمُبِينُ

‘সেই দিনা যাৰ পৰা এই শাস্তি আঁতৰাই লোৱা হ’ব, তাৰ প্ৰতি আল্লাহে দয়াহে কৰিলে আৰু এইটোৱেই স্পষ্ট সফলতা’।

তাফছীৰ

ক্বিয়ামতৰ দিনা আল্লাহে যাক শাস্তিৰ পৰা ৰক্ষা কৰিব, তেওঁ আল্লাহৰ অনুগ্ৰহত সাফল্যমণ্ডিত হ'ব। শাস্তিৰ পৰা মুক্তি পোৱাটোৱে আটাইতকৈ ডাঙৰ আৰু স্পষ্ট সফলতা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক