ছূৰা 6 · জুজ 7
Al-An'am · 6:15
قُلْ إِنِّي أَخَافُ إِنْ عَصَيْتُ رَبِّي عَذَابَ يَوْمٍ عَظِيمٍ
কোৱা, ‘মই যদি মোৰ প্ৰতিপালকৰ অবাধ্যতা কৰো, তেন্তে নিশ্চয় মই মহা দিৱসৰ শাস্তিৰ পৰা ভয় কৰো’।
তাফছীৰ
হে ৰাছুল! আপুনি কৈ দিয়ক যে, যদি মই শ্বিৰ্ক তথা আন আন হাৰাম কৰ্মৰ দ্বাৰা আল্লাহৰ অবাধ্যতা কৰো অথবা ঈমান তথা আন কোনো সত্কৰ্ম নকৰো, যিবোৰ কৰাৰ তেওঁ মোক আদেশ প্ৰদান কৰিছে, তেন্তে তেওঁ ক্বিয়ামতৰ দিনা মোক মহাশাস্তি প্ৰদান কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক