ছূৰা 6 · জুজ 7
Al-An'am · 6:13
۞ وَلَهُ مَا سَكَنَ فِي اللَّيْلِ وَالنَّهَارِ ۚ وَهُوَ السَّمِيعُ الْعَلِيمُ
আৰু ৰাতি ও দিনত যি যি অৱস্থান কৰে সেই সকলোবোৰ তেওঁৰেই, আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
তাফছীৰ
দিন আৰু ৰাতিৰ মাজত যি আছে সেই সকলো একমাত্ৰ আল্লাহৰেই। আৰু তেওঁ সিহঁতৰ কথা শ্ৰৱণকাৰী, সিহঁতৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত তথা তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান প্ৰদান কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক