ছূৰা 6 · জুজ 8
Al-An'am · 6:118
فَكُلُوا مِمَّا ذُكِرَ اسْمُ اللَّهِ عَلَيْهِ إِنْ كُنْتُمْ بِآيَاتِهِ مُؤْمِنِينَ
যদি তোমালোকে তেওঁৰ আয়াতসমূহৰ প্ৰতি বিশ্বাসী তেন্তে যিটোৰ ওপৰত আল্লাহৰ নাম লোৱা হৈছে তাৰ পৰা খোৱা;
তাফছীৰ
এতেকে হে মানৱজাতি! যদিহে তোমালোকে স্পষ্ট প্ৰমাণসমূহৰ প্ৰতি সঁচাই ঈমান পোষণ কৰিছা তেন্তে সেই মাংস ভক্ষণ কৰা যিটোক যবেহ কৰাৰ সময়ত আল্লাহৰ নাম লোৱা হৈছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক