ছূৰা 6 · জুজ 8

Al-An'am · 6:117

إِنَّ رَبَّكَ هُوَ أَعْلَمُ مَنْ يَضِلُّ عَنْ سَبِيلِهِ ۖ وَهُوَ أَعْلَمُ بِالْمُهْتَدِينَ

নিশ্চয় তোমাৰ ৰব অধিক অৱগত সেই ব্যক্তি সম্পৰ্কে যিয়ে তেওঁৰ পথৰ পৰা বিপথগামী হয়। আৰু সৎপথত যিসকলে আছে তেওঁলোকৰ বিষয়েও তেওঁ অধিক অৱগত।

তাফছীৰ

হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে ভালদৰেই জানে কোন তেওঁৰ পথৰ পৰা বিভ্ৰান্ত হৈছে আৰু কোন হিদায়ত প্ৰাপ্ত হৈছে। এই বিষয়ে তেওঁৰ পৰা কোনো বস্তু গোপন নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক