ছূৰা 6 · জুজ 7
Al-An'am · 6:103
لَا تُدْرِكُهُ الْأَبْصَارُ وَهُوَ يُدْرِكُ الْأَبْصَارَ ۖ وَهُوَ اللَّطِيفُ الْخَبِيرُ
দৃষ্টিসমূহে তেওঁক আয়ত্ব কৰিব নোৱাৰে অথচ তেওঁ সকলো দৃষ্টিক আয়ত্ব কৰে আৰু তেওঁ সূক্ষ্মদৰ্শী, সম্যক অৱহিত।
তাফছীৰ
দৃষ্টিসমূহে তেওঁক আয়ত্ত্ব কৰিব নোৱাৰে কিন্তু তেওঁ সকলোকে দেখি আছে আৰু সকলোকে পৰিবেষ্টন কৰি আছে। তেওঁ নেক বান্দাসকলৰ কল্যাণ সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে আৰু তেওঁলোকৰ বিষয়ে সম্যক অৱগত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক