ছূৰা 59 · জুজ 28

Al-Hashr · 59:3

وَلَوْلَا أَنْ كَتَبَ اللَّهُ عَلَيْهِمُ الْجَلَاءَ لَعَذَّبَهُمْ فِي الدُّنْيَا ۖ وَلَهُمْ فِي الْآخِرَةِ عَذَابُ النَّارِ

আৰু আল্লাহে সিহঁতৰ নিৰ্বাসনদণ্ড লিপিবদ্ধ নকৰিলেও তেওঁ সিহঁতক পৃথিৱীতেই (আন কোনো) শাস্তি দিলেহেঁতেন; আৰু আখিৰাতত সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি।

তাফছীৰ

যদি আল্লাহে সিহঁতৰ ভাগ্যত নিৰ্বাসনদণ্ড নিৰ্ধাৰণ নকৰিলেহেঁতেন তেন্তে আল্লাহে সিহঁতক পৃথিৱীত হত্যা আৰু বন্দীৰ শাস্তি বিহিলেহেঁতেন। আৰু পৰকালত সিহঁতৰ বাবে আছে অগ্নিৰ শাস্তি, যিটো সিহঁতৰ অপেক্ষাত আছে। সিহঁতে তাত চিৰকাল থাকিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক