ছূৰা 59 · জুজ 28
Al-Hashr · 59:20
لَا يَسْتَوِي أَصْحَابُ النَّارِ وَأَصْحَابُ الْجَنَّةِ ۚ أَصْحَابُ الْجَنَّةِ هُمُ الْفَائِزُونَ
জাহান্নামৰ অধিবাসী আৰু জান্নাতৰ অধিবাসী কেতিয়াও সমান নহয়। প্ৰকৃত সফলতাৰ অধিকাৰী কেৱল জান্নাতৰ অধিবাসীসকলহে।
তাফছীৰ
জাহান্নামী আৰু জান্নাতীসকল কেতিয়াও সমান হ'ব নোৱাৰে। বৰং যিদৰে পৃথিৱীত সিহঁতৰ কৰ্মৰাজিৰ মাজত পাৰ্থক্য আছিল, ঠিক তেনেদৰে পৰকালতো সিহঁতৰ প্ৰতিফলৰ মাজত পাৰ্থক্য হব। জান্নাতীসকলেই সফল হ'ব। আৰু তেওঁলোকে ইচ্ছাকৃত সকলো সা-সামগ্ৰী পাব আৰু সকলো ধৰণৰ ভয়ৰ পৰা মুক্তি লাভ কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক