ছূৰা 57 · জুজ 27

Al-Hadid · 57:11

مَنْ ذَا الَّذِي يُقْرِضُ اللَّهَ قَرْضًا حَسَنًا فَيُضَاعِفَهُ لَهُ وَلَهُ أَجْرٌ كَرِيمٌ

এনেকুৱা কোন আছে, যিয়ে আল্লাহক উত্তম ঋণ দিব? তেনেহ’লে তেওঁ তাৰ বাবে ইয়াক বহুগুণে বৃদ্ধি কৰি দিব আৰু তাৰ বাবে আছে সন্মানজনক পুৰষ্কাৰ।

তাফছীৰ

এনেকুৱা কোনোবা আছেনে যিয়ে স্বেচ্ছাই আনন্দচিত্তে নিজৰ সম্পদ আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিবলৈ ব্যয় কৰিব, ফলত আল্লাহে তাৰ ব্যয় কৰা সম্পদৰ প্ৰতিদান বহুগুণে বৃদ্ধি কৰি প্ৰদান কৰিব। আৰু কিয়ামতৰ দিনা তাৰ বাবে থাকিব সন্মানজনক প্ৰতিদান তথা জান্নাত?!

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক