ছূৰা 47 · জুজ 26
Muhammad · 47:5
سَيَهْدِيهِمْ وَيُصْلِحُ بَالَهُمْ
অনতিপলমে তেওঁ তেওঁলোকক পথনিৰ্দেশ কৰিব আৰু তেওঁলোকৰ অৱস্থাৰ সংশোধন কৰিব।
তাফছীৰ
আল্লাহে তেওঁলোকক পাৰ্থিৱ জীৱনত সত্য অনুসৰণ কৰাৰ তাওফীক প্ৰদান কৰিব, আৰু তেওঁলোকৰ সকলো অৱস্থা ঠিক কৰি দিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক