ছূৰা 47 · জুজ 26

Muhammad · 47:33

۞ يَا أَيُّهَا الَّذِينَ آمَنُوا أَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ وَلَا تُبْطِلُوا أَعْمَالَكُمْ

হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা, আৰু তোমালোকে নিজৰ আমলসমূহ বিনষ্ট নকৰিবা।

তাফছীৰ

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! আল্লাহৰ অনুসৰণ কৰা আৰু ৰাছুলৰো অনুসৰণ কৰা, তেওঁলোকৰ আদেশ পালন কৰা আৰু তেওঁলোকে নিষেধ কৰা বিষয়ৰ পৰা বিৰত থাকা। তথা কুফৰ আৰু ৰিয়া আদি (লোকক দেখুৱাবলৈ কৰা) আমলৰ জৰিয়তে নিজৰ আমলসমূহ বিনষ্ট নকৰিবা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক