ছূৰা 47 · জুজ 26
Muhammad · 47:17
وَالَّذِينَ اهْتَدَوْا زَادَهُمْ هُدًى وَآتَاهُمْ تَقْوَاهُمْ
আৰু যিসকলে হিদায়ত প্ৰাপ্ত হৈছে আল্লাহে তেওঁলোকৰ হিদায়ত আৰু বৃদ্ধি কৰি দিয়ে আৰু তেওঁলোকক তেওঁলোকৰ তাক্বৱা প্ৰদান কৰে।
তাফছীৰ
আনহাতে যিসকলে সত্যৰ পথ অৱলম্বন কৰিছে আৰু ৰাছুলে লৈ অহা চৰীয়তৰ অনুসৰণ কৰিছে, তেওঁলোকক তেওঁলোকৰ প্ৰতিপালকে আৰু অধিক হিদায়ত প্ৰদান কৰিব তথা কল্যাণৰ তাওফীক প্ৰদান কৰিব। লগতে তেওঁলোকক এনেকুৱা কৰ্ম কৰাৰ সামৰ্থ প্ৰদান কৰিব, যিবোৰে তেওঁলোকক জাহান্নামৰ পৰা ৰক্ষা কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক