ছূৰা 47 · জুজ 26

Muhammad · 47:11

ذَٰلِكَ بِأَنَّ اللَّهَ مَوْلَى الَّذِينَ آمَنُوا وَأَنَّ الْكَافِرِينَ لَا مَوْلَىٰ لَهُمْ

এইটো এই কাৰণে যে, নিশ্চয় আল্লাহ মুমিনসকলৰ অভিভাৱক আৰু এই কথাও নিশ্চিত যে, কাফিৰসকলৰ কোনো অভিভাৱক নাই।

তাফছীৰ

দুয়োটা গোটৰ বাবে ভিন্ন শাস্তি হোৱাৰ কাৰণ হৈছে, কিয়নো আল্লাহ হৈছে মুমিনসকলৰ সহায়ক। আনহাতে কাফিৰসকলৰ বাবে কোনো সহায়ক নাই।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক