ছূৰা 41 · জুজ 25

Fussilat · 41:48

وَضَلَّ عَنْهُمْ مَا كَانُوا يَدْعُونَ مِنْ قَبْلُ ۖ وَظَنُّوا مَا لَهُمْ مِنْ مَحِيصٍ

আৰু ইতিপূৰ্বে সিহঁতে যিবিলাক (উপাস্যক) আহ্বান কৰিছিল সিহঁত সিহঁতৰ পৰা অন্তৰ্ধান হৈ যাব, আৰু সিহঁতে বিশ্বাস কৰিব যে, সিহঁতৰ পলায়নৰ কোনো উপায় নাই।

তাফছীৰ

সিহঁতে পূজাপাঠ কৰা সেই মূৰ্ত্তিবোৰ তেতিয়া সিহঁতৰ পৰা অন্তৰ্ধান হৈ যাব। তথা সিহঁতে পূৰ্ণ বিশ্বাস কৰিব যে, আল্লাহৰ শাস্তিৰ পৰা পলায়ন কৰাৰ তথা আশ্ৰয় লোৱাৰ কোনো উপায় নাই।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক