ছূৰা 41 · জুজ 25
Fussilat · 41:49
لَا يَسْأَمُ الْإِنْسَانُ مِنْ دُعَاءِ الْخَيْرِ وَإِنْ مَسَّهُ الشَّرُّ فَيَئُوسٌ قَنُوطٌ
মানুহে কল্যাণ প্ৰাৰ্থনাত কোনো ক্লান্তি বোধ নকৰে, কিন্তু যেতিয়া তাক কোনো অকল্যাণে স্পৰ্শ কৰে তেতিয়া সি প্ৰচণ্ডভাৱে হতাশ আৰু নিৰাশ হৈ পৰে;
তাফছীৰ
মানুহে সুস্বাস্থ্য, ধন-সম্পদ আৰু সন্তান-সন্ততি আদি নিয়ামত বিচৰাৰ ক্ষেত্ৰত কেতিয়াও ক্লান্তিবোধ নকৰে। কিন্তু যদি সি দৰিদ্ৰতা অথবা বেমাৰ-আজাৰৰ সন্মুখীন হয়, তেতিয়া আল্লাহৰ কৃপাৰ পৰা অতি বেয়াকৈ নিৰাশ হৈ পৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক