ছূৰা 41 · জুজ 24
Fussilat · 41:23
وَذَٰلِكُمْ ظَنُّكُمُ الَّذِي ظَنَنْتُمْ بِرَبِّكُمْ أَرْدَاكُمْ فَأَصْبَحْتُمْ مِنَ الْخَاسِرِينَ
তোমালোকৰ প্ৰতিপালক সম্পৰ্কে তোমালোকৰ এই ধাৰণাই তোমালোকক ধ্বংস কৰিছে। ফলত তোমালোক হৈছা ক্ষতিগ্ৰস্ত বিলাকৰ অন্তৰ্ভুক্ত।
তাফছীৰ
নিজ প্ৰতিপালক সম্পৰ্কে তোমালোকৰ এই কুধাৰণাই তোমালোকক ধ্বংস কৰিছে। ইয়াৰ কাৰণেই তোমালোকে সেই ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈছা, যিসকলে পৃথিৱী আৰু আখিৰাতত ক্ষতিগ্ৰস্ত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক