ছূৰা 40 · জুজ 24
Ghafir · 40:81
وَيُرِيكُمْ آيَاتِهِ فَأَيَّ آيَاتِ اللَّهِ تُنْكِرُونَ
আৰু তেৱেঁই তোমালোকক তেওঁৰ নিদৰ্শনাৱলী দেখুৱাই থাকে। এতেকে তোমালোকে আল্লাহৰ কোন কোনটো নিদৰ্শনক অস্বীকাৰ কৰিবা?
তাফছীৰ
সেই পৱিত্ৰ সত্ত্বাই তোমালোকক তেওঁৰ তাওহীদ আৰু ক্ষমতাৰ প্ৰমাণবহন কৰা নিদৰ্শনসমূহ দেখুৱাই থাকে। এতেকে তোমালোকে তেওঁৰ কোনটো কোনটো নিদৰ্শন আওকাণ কৰিবা, অথচ সেইবোৰ যে তেওঁৰ ফালৰ পৰা নিদৰ্শন সেই কথা তোমালোকৰ ওচৰত স্পষ্ট হৈছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক