ছূৰা 40 · জুজ 24

Ghafir · 40:80

وَلَكُمْ فِيهَا مَنَافِعُ وَلِتَبْلُغُوا عَلَيْهَا حَاجَةً فِي صُدُورِكُمْ وَعَلَيْهَا وَعَلَى الْفُلْكِ تُحْمَلُونَ

আৰু ইয়াত তোমালোকৰ বাবে আছে প্ৰচুৰ উপকাৰ, যাতে তোমালোকে নিজৰ অন্তৰত যি প্ৰয়োজন অনুভৱ কৰা, সেইবোৰৰ দ্বাৰা সেয়া পূৰ্ণ কৰিব পাৰা। সেইবোৰৰ ওপৰত আৰু নৌযানৰ ওপৰত তোমালোকক বহন কৰা হয়।

তাফছীৰ

এই জন্তুবোৰৰ মাজত তোমালোকৰ বাবে আছে কিছুমান উপকাৰ, যিবোৰ সময় অনুসাৰে পৰিবৰ্তন হয়। এইবোৰৰ দ্বাৰা তোমালোকৰ সেই প্ৰয়োজনবোৰ পূৰণ হয় যিবোৰ তোমালোকে অনুভৱ কৰা। উদাহৰণস্বৰূপে এটা গুৰুত্বপূৰ্ণ প্ৰয়োজন হ’ল এঠাইৰ পৰা আন ঠাইলৈ প্ৰস্থান কৰাৰ সময়ত পৰিবহণ হিচাপে ব্যৱহাৰ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক