ছূৰা 40 · জুজ 24
Ghafir · 40:6
وَكَذَٰلِكَ حَقَّتْ كَلِمَتُ رَبِّكَ عَلَى الَّذِينَ كَفَرُوا أَنَّهُمْ أَصْحَابُ النَّارِ
আৰু যিসকলে কুফৰী কৰিছিল, এইদৰেই সিহঁতৰ ওপৰত বাস্তবায়িত হৈছিল তোমাৰ প্ৰতিপালকৰ বাণী যে, নিশ্চয় সিহঁত জাহান্নামী।
তাফছীৰ
হে ৰাছুল! যিদৰে আল্লাহে পূৰ্বৱৰ্তী অস্বীকাৰ কৰা উম্মতবোৰৰ বিষয়ে সিহঁতক ধ্বংস কৰাৰ সিদ্ধান্ত লৈছিল, ঠিক সেইদৰেই কাফিৰসকলৰ প্ৰতিও আপোনাৰ প্ৰতিপালকৰ সিদ্ধান্ত অনিবাৰ্য হৈ পৰিছে যে, নিশ্চিতভাৱে সিহঁত জাহান্নামী।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক