ছূৰা 40 · জুজ 24
Ghafir · 40:54
هُدًى وَذِكْرَىٰ لِأُولِي الْأَلْبَابِ
বোধশক্তি সম্পন্ন লোকসকলৰ বাবে পথনিৰ্দেশ আৰু উপদেশস্বৰূপ।
তাফছীৰ
যিখনে সত্যৰ পথ দেখুৱাইছিল আৰু সুস্থ বিবেকৱান লোকসকলৰ বাবে আছিল সেইখন উপদেশ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক
ছূৰা 40 · জুজ 24
هُدًى وَذِكْرَىٰ لِأُولِي الْأَلْبَابِ
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক