ছূৰা 40 · জুজ 24

Ghafir · 40:53

وَلَقَدْ آتَيْنَا مُوسَى الْهُدَىٰ وَأَوْرَثْنَا بَنِي إِسْرَائِيلَ الْكِتَابَ

আৰু অৱশ্যে আমি মুছাক হিদায়ত দান কৰিছিলো আৰু বনী ইছৰাঈলক কিতাবৰ উত্তৰাধিকাৰী কৰিছিলো,

তাফছীৰ

নিশ্চয় আমি মুছা আলাইহিচ্ছালামক এনেকুৱা জ্ঞান প্ৰদান কৰিছিলোঁ, যাৰ দ্বাৰা বনী ইছৰাঈলে সত্যৰ হিদায়ত পাইছিল। তথা তাওৰাতক আমি এনেকুৱা এখন গ্ৰন্থত পৰিণত কৰিছিলোঁ, যিখনৰ উত্তৰাধিকাৰী বনী ইছৰাঈলৰ প্ৰজন্মৰ পিছত প্ৰজন্মই লাভ কৰিছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক