ছূৰা 40 · জুজ 24
Ghafir · 40:32
وَيَا قَوْمِ إِنِّي أَخَافُ عَلَيْكُمْ يَوْمَ التَّنَادِ
‘আৰু হে মোৰ সম্প্ৰদায়! মই তোমালোকৰ বাবে ভয়াৰ্ত আহ্বান দিৱসৰ আশংকা কৰিছো,
তাফছীৰ
হে মোৰ জাতিৰ লোকসকল! মই তোমালোকৰ বিষয়ে কিয়ামত দিৱস সম্পৰ্কে ভয় কৰোঁ, যিদিনা মানুহে ইজনে সিজনক আত্মীয়তা আৰু পদমৰ্যাদাৰ আধাৰত আহ্বান কৰিব, এই আশাত যে হয়তো এই ভয়াৱহ পৰিস্থিতিত তেওঁ কিছু হ’লেও উপকাৰ কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক