ছূৰা 4 · জুজ 5

An-Nisa · 4:70

ذَٰلِكَ الْفَضْلُ مِنَ اللَّهِ ۚ وَكَفَىٰ بِاللَّهِ عَلِيمًا

এইবোৰ আল্লাহৰ অনুগ্ৰহ। সৰ্বজ্ঞ হিচাপে আল্লাহেই যথেষ্ট।

তাফছীৰ

উক্ত ছোৱাব আল্লাহৰ তৰফৰ পৰা তেওঁৰ বান্দাসকলৰ প্ৰতি অনুগ্ৰহ আৰু কৃপা আৰু তেওঁলোকৰ সংৰক্ষণ কৰিবলৈ আল্লাহৰ জ্ঞানেই যথেষ্ট। তেওঁ প্ৰত্যেককে নিজ নিজ আমলৰ প্ৰতিদান প্ৰদান কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক