ছূৰা 4 · জুজ 5

An-Nisa · 4:52

أُولَٰئِكَ الَّذِينَ لَعَنَهُمُ اللَّهُ ۖ وَمَنْ يَلْعَنِ اللَّهُ فَلَنْ تَجِدَ لَهُ نَصِيرًا

ইহঁতেই সেইসকল লোক যিসকলৰ ওপৰত আল্লাহে অভিসম্পাত কৰিছে আৰু আল্লাহে যাক অভিসম্পাত কৰে তুমি কেতিয়াও তাৰ কোনো সহায়কাৰী নাপাবা।

তাফছীৰ

এই সকলেই বিকৃত আক্বীদাৰ অধিকাৰী, যিসকলক আল্লাহে তেওঁৰ ৰহমতৰ পৰা দূৰ কৰি দিছে। এতেকে যাক আল্লাহে নিজ ৰহমতৰ পৰা দূৰ কৰি দিয়ে, আপুনি কেতিয়াও তাৰ সহায়ক বিচাৰি নাপাব, যিয়ে তাৰ সহায় কৰিব পাৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক