ছূৰা 4 · জুজ 5
An-Nisa · 4:53
أَمْ لَهُمْ نَصِيبٌ مِنَ الْمُلْكِ فَإِذًا لَا يُؤْتُونَ النَّاسَ نَقِيرًا
ৰাষ্ট্ৰ শক্তিত সিহঁতৰ কোনো অংশ আছে নেকি? এনেকুৱা হ’লে তেতিয়া সিহঁতে খেজুৰৰ গুটিৰ ওপৰত থকা আৱৰণ পৰিমাণেও কোনো বস্তু মানুহক নিদিলে হয়।
তাফছীৰ
সিহঁতৰ ওচৰত কোনো ৰাজত্ব নাই। যদি থাকিলেহেঁতেন, তেন্তে মানুহক তাৰ পৰা একো নিদিলেহেঁতেন। যদিও খেজুৰ গুটিৰ ওপৰৰ আৱৰণৰ সমানেই নহওঁক কিয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক