ছূৰা 4 · জুজ 5

An-Nisa · 4:50

انْظُرْ كَيْفَ يَفْتَرُونَ عَلَى اللَّهِ الْكَذِبَ ۖ وَكَفَىٰ بِهِ إِثْمًا مُبِينًا

চোৱা, সিহঁতে আল্লাহ সম্পৰ্কে কেনেকৈ মিছা উদ্ভাৱন কৰি আছে, আৰু প্ৰকাশ্য পাপ হিচাপে এইটোৱেই যথেষ্ট।

তাফছীৰ

হে ৰাছুল! চাওঁক এইসকল লোকে কেনেকৈ নিজৰ প্ৰশংসা কৰি আল্লাহৰ প্ৰতি মিথ্যাৰোপ কৰি আছে? ইহঁতৰ ভ্ৰষ্টতা স্পষ্ট কৰিবলৈ এই গুনাহেই যথেষ্ট।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক