ছূৰা 4 · জুজ 5

An-Nisa · 4:40

إِنَّ اللَّهَ لَا يَظْلِمُ مِثْقَالَ ذَرَّةٍ ۖ وَإِنْ تَكُ حَسَنَةً يُضَاعِفْهَا وَيُؤْتِ مِنْ لَدُنْهُ أَجْرًا عَظِيمًا

নিশ্চয় আল্লাহে অণু পৰিমাণও অন্যায় নকৰে আৰু যদি সেয়া কোনো ধৰণৰ পূণ্য হয়, তেওঁ সেইটোক বহুগুণ বৃদ্ধি কৰি দিয়ে আৰু নিজৰ ফালৰ পৰা মহাপ্ৰতিদান প্ৰদান কৰে।

তাফছীৰ

নিশ্চয় আল্লাহ ন্যায়পৰায়ণ, তেওঁৰ বান্দাসকলৰ প্ৰতি অকণো অন্যায় নকৰে, সিহঁতৰ নেকীৰ পৰা পৰুৱাৰ সমান নেকীও হ্ৰাস নকৰে আৰু গুনাহো বৃদ্ধি নকৰে। আনহাতে যদি মাকৈ দানা পৰিমাণো নেকী থাকে, তেন্তে তাৰ ছোৱাব তেওঁৰ কৃপাত কেই গুণ বৃদ্ধি কৰি, নিজৰ ফালৰ পৰা ডাঙৰ প্ৰতিদান প্ৰদান কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক